Email :19
অসমৰ মৰিগাঁও জিলাত ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে টাটা গ্ৰুপৰ অৰ্ধপৰিবাহী প্ৰকল্প পৰিদৰ্শন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। উদ্যোগটো কাৰ্যকৰী হোৱাৰ লগে-লগে দৈনিক ৪.৮ কোটি চিপ উৎপাদন কৰিব বুলি ধাৰণা কৰা হৈছে। এই উদ্যোগে কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিব বুলি সকলোৱে আশা কৰিছে।













