Email :25
এই অ’টিটি প্লেটফৰ্মসমূহৰ বিৰুদ্ধে বিভিন্ন অশ্লীল বিষয়বস্তু সম্প্ৰচাৰ আৰু ভাৰতীয় সংবিধানৰ ধাৰা ভংগৰ অভিযোগ আছে। তথ্য প্ৰযুক্তি আইন ২০০০ ৰ ৬৭ আৰু ৬৭ (ক) ধাৰা, ভাৰতীয় ন্যায় সংহিতাৰ ২৯৪ নং ধাৰাকে ধৰি বিভিন্ন আইন এই ৱেবছাইটসমূহে উলংঘন কৰা বুলি মন্ত্ৰালয়ৰ জাননী অনুসৰি জানিবলৈ পোৱা গৈছে।