Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • কেইবাটাও অভিলেখসহ যোৱা ১ ফেব্ৰুৱাৰীত ৬৮ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাৰ শুভাৰম্ভ ঘটে।
বিশ্ব

কেইবাটাও অভিলেখসহ যোৱা ১ ফেব্ৰুৱাৰীত ৬৮ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাৰ শুভাৰম্ভ ঘটে।

Email :7

৬৮ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটা অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা ষ্টিভেন স্পিলবাৰ্গে অতি সন্মানীয় ইজিঅ’টি মৰ্যদা লাভ কৰিছে। এফ কে এ টুইগছেই শ্ৰেষ্ঠ নৃত্য/ইলেক্ট্ৰনিক এলবাম (EUSEXUA)ৰ বাবে নিজৰ প্ৰথম গ্ৰেমী লাভ কৰে, এই শাখাত জয়ী হৈ তেখেতে দ্বিতীয়গৰাকী কৃষ্ণাংগ মহিলা হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে। অডিঅ’বুক, নেৰেচন আৰু গল্প কোৱা ৰেকৰ্ডিং শাখাত প্ৰথম গ্ৰেমী লাভ কৰিছে দালাই লামাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts