Email :37
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ড০ নেইফিউ ৰিঅ’ই ওছাকাত অনুষ্ঠিত হোৱা বিশ্ব এক্সপ’ ২০২৫ ত মূল ভাষণ প্ৰদান কৰি প্ৰথমবাৰৰ বাবে এই অংশগ্ৰহণৰ কথা স্পষ্ট কৰি উল্লেখ কৰিলে। “নাগালেণ্ডত বিনিয়োগ, পৰ্যটন, আৰু মানৱ সম্পদৰ সুযোগ” এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰি নিজৰ মতামত দিয়ে। মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা নাগালেণ্ডৰ বিনিয়োগ আৰু উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ আবু মেথাই “নাগালেণ্ড – উৎসৱৰ দেশ: সংস্কৃতি উদযাপন, ভৱিষ্যত সৃষ্টি” শীৰ্ষক এক Presentation প্ৰস্তুত কৰে।