Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শেহতীয়া খবৰ
  • অসমৰ মুখ্যমন্ত্ৰীৰ গুৱাহাটী–উত্তৰ গুৱাহাটী দলং প্ৰকল্প পৰিদৰ্শন।
অসম

অসমৰ মুখ্যমন্ত্ৰীৰ গুৱাহাটী–উত্তৰ গুৱাহাটী দলং প্ৰকল্প পৰিদৰ্শন।

Email :32

📌 পি ডব্লিউ ডি (পথ) বিশেষ আয়ুক্ত বিভুতি শইকীয়া আৰু কামৰূপৰ উপ আয়ুক্ত দেবা কুমাৰ মিশ্ৰকে ধৰি উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।

📌 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ট্ৰুম্পেট জংচন সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱা লৈ আই আই টি গুৱাহাটী আৰু জি এন আৰ চি পথেৰে নতুন দলংখন পাৰ হৈ যান-বাহন চলাচল চলি থাকিব পাৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts