Email :13
মহম্মদ চিৰাজে পঞ্চম টেষ্টৰ অন্তিম দিনা ৫ টাকৈ উইকেট দখল কৰি চমক দিয়ে। পঞ্চম টেষ্টত ৬ ৰানত ভাৰতৰ জয় নিশ্চিত কৰাত মূল ভূমিকা গ্ৰহণ কৰা চিৰাজে #PlayeroftheMatch লাভ কৰে। মুঠ ৫ খন টেষ্ট মেচৰ ১ খন ড্ৰ আৰু ইংলেণ্ড আৰু আৰু ভাৰত উভয় দলেই ২ খনকৈ মেচত জয় লাভ কৰে।