Email :14
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়াই অসমৰ চাহ। অসমৰ চাহৰ যি ঐতিহ্য ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই প্ৰয়াসে তাক পুনৰ সমগ্ৰ বিশ্বত উজলাই তুলিব। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো বিশেষভাৱে শলাগে।













