Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • উত্তৰ নদুৱাৰ মণ্ডলৰ পৰা অসম বুক অৱ ৰেকৰ্ডচৰ গঢ়িবলৈ ২৪ নবেম্বৰ ২০২৫ ত জামুগুৰিহাটত আয়োজিত শোভাযাত্ৰাত অংশগ্ৰহণ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

উত্তৰ নদুৱাৰ মণ্ডলৰ পৰা অসম বুক অৱ ৰেকৰ্ডচৰ গঢ়িবলৈ ২৪ নবেম্বৰ ২০২৫ ত জামুগুৰিহাটত আয়োজিত শোভাযাত্ৰাত অংশগ্ৰহণ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :10

মোগলৰ বিৰুদ্ধে যুঁজ দি নিজৰ পৰাক্ৰমেৰে অসমক সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা, এই বীৰজনৰ ৪০৩ তম জন্মবাৰ্ষিকী উপলক্ষে যোৱা ২৪ নবেম্বৰ ২০২৫ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পকামূৰা পথাৰত লাচিত জয়ন্তীক, চিৰস্মৰণীয় কৰি তোলাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী অভিলেখৰ গঢ়াৰ পৰিকল্পনাৰ অংশ হিচাপে অসম বুক অৱ ৰেকৰ্ডচৰ বাবে কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল- বিভিন্ন জনগোষ্ঠীৰ সৈতে ১,২০০ ৰো অধিক লোকৰ একে সাজ-পোছাক আৰু হেংদাঙসহ অংশগ্ৰহণ।অসম বুক অৱ ৰেকৰ্ডচ গঢ়িবলৈ উত্তৰ নদুৱাৰ মণ্ডলৰ পৰা যিসকল যুৱ শক্তিয়ে আহি, এই প্ৰচেষ্টাক সাৰ্থক কৰি তুলিবলৈ সকলোধৰণৰ সহযোগ আগবঢ়ালে, তেওঁলোক সকলোকে আজি ধলাইবিল সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত প্ৰমাণপত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts