Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU) ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য ৰূপে নিযুক্তি লাভ উমা কাঞ্জিলালৰ।
ভাৰত

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU) ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য ৰূপে নিযুক্তি লাভ উমা কাঞ্জিলালৰ।

Email :25

মুক্ত আৰু দূৰ শিক্ষা (অ’ডিএল) ব্যৱস্থাত ৩৬ বছৰতকৈও অধিক সময় বিশেষ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা আছে উমা কাঞ্জিলালৰ। ২০২১ ৰ মাৰ্চ মাহৰ পৰা জুলাইৰ ২০২৪ লৈ Pro Vice Chancellor ৰূপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ পৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞানৰ অধ্যাপিকা কাঞ্জিলালক ই-লাৰ্নিং, পুথিভঁৰাল, ডিজিটেল পুথিভঁৰাল, আৰু মাল্টিমিডিয়া পাঠ্যক্ৰম বিকাশৰ বিশেষজ্ঞতাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰা হৈছে। বৰ্তমান তেখেতে শিক্ষা মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ ডিজিটেল শিক্ষা পদক্ষেপ স্বয়ম আৰু স্বয়ম প্ৰভাৰ ৰাষ্ট্ৰীয় সমন্বয়ক ৰূপে কাম কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts