Email :35
ইটানগৰ ৰাজধানী অঞ্চলৰ অধীনস্থ বান্দৰদেৱা আৰক্ষীয়ে নিয়া কলনীৰ ওচৰত অভিযান চলাই ১০ জুলাইত, ২৭.৭২ গ্ৰাম নিচাজাতীয় পদাৰ্থ জব্দ কৰি অবৈধ সৰবৰাহৰ প্ৰচেষ্টা বিফল কৰে। দুটা চাবোনৰ কেচ আৰু চাৰিটা শিশিত সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্যখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সফল হয়।