Email :14
ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষুণ্ণ হৈ পৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক ট্ৰাম্পে আৰোপ কৰিছে; এই পদক্ষেপৰ উদেশ্য হʼল ভাৰত চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা। ভাৰত চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপক অন্যায়, অযুক্তিকৰ বুলি সমালোচনা কৰিছে।