Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।
অসম

আজি শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

Email :28

৮ নবেম্বৰত গহপুৰত অসমৰ প্ৰথমখন কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয় “শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ” আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত ২৪১ একৰ মাটিত এই বিশ্ববিদ্যালয় নিৰ্মাণ হ’ব ব্যয়ৰ পৰিমাণ ৪১৫ কোটি টকা। এই কেম্পাছত ২০০০ ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমিক ব্লক, ১৬২০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল, আৱাসিক কোৱাৰ্টাৰ, অতিথিশালা আদি থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts