Email :27
আজি গৰুখুঁটি কৃষি প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ প্ৰকল্পটোৰ নৱনির্মিত ভাগৱত নামঘৰ,ৰঙ্গমঞ্চ, দলং, পশুপালন গৃহ, শুভ উদ্বোধনকে আদি কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰে ।
উক্ত অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী তথা প্ৰকল্পৰ কৃষি সৈনিকসকল উপস্থিত থাকে।