Email :40
৫ লাখ ৪ হাজাৰ টকা অনুদান হিচাপে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে দিয়া হৈছিল । এই সভাখনৰ সৌষ্ঠৱ নিজৰ উপস্থিতিৰে বৃদ্ধি কৰে শোণিতপুৰ বিজেপি দলৰ উপ সভাপতি নিটোমণি বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সকলো গণ্য-মান্য ব্যক্তি আদিয়ে ।