এই সভাখনত উপস্থিত থাকি দলৰ বিভিন্ন কাৰ্যপন্থা সম্পৰ্কে বিধায়ক পদ্ম হাজৰিকাই আলোচনাত মিলিত হয়। এই সভাত উপস্থিত থাকে শোণিতপুৰ জিলা পৰিষদৰ উপ সভাপতি হিতেশ বৰুৱা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাস, চতিয়া আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি দয়াল তচ্চা, নাগশংকৰ মণ্ডলৰ সাধাৰণ সম্পাদক, বিজেপি দলৰ জ্যেষ্ঠ সদস্য মানিক তাঁতী, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ পৰ্যবেক্ষক ক্ষেমৰাজ চেত্ৰীৰ প্ৰমুখ্যে কৰি দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল।













