Email :18
এই মন্দিৰ ভাগলৈ অসম দৰ্শন আঁচনিৰ ফালৰ পৰা ৩ লাখ টকাৰ আৰ্থিক অনুদান বিধায়কগৰাকীয়ে প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত আছিল দক্ষিণ নদুৱাৰ মণ্ডল সভাপতি পৱিত্ৰ দাস, পাঁচমাইল পঞ্চায়তৰ তত্ত্বাবধায়ক বুলু আহমেদ, পাঁচমাইল পঞ্চায়তৰ সভানেত্ৰী জেচমিন বেগম, প্ৰমুখ্যে কৰি পাঁচমাইল অঞ্চলৰ বিভিন্ন দায়িত্বত থকা প্ৰতিনিধিবৰ্গসকল।