Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচা পৰিদৰ্শন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
অসম

আজি তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচা পৰিদৰ্শন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Email :19

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচা পৰিদৰ্শন কৰাৰ উপৰি ৮ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা ২০ জন লোকৰ পৰিয়ালক লগ কৰে। অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে এককালীন আৰ্থিক সাহাৰ্য ৰূপে ৫ লাখ টকাৰ চেক পৰিয়ালবৰ্গলৈ আগবঢ়াইছে। লগতে ভাৰত চৰকাৰে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ২ লাখ টকাৰ অতিৰিক্ত সাহাৰ্য দিব বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts