Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি “জুবিন গাৰ্গ সোঁৱৰণী” দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন মুকলি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি “জুবিন গাৰ্গ সোঁৱৰণী” দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন মুকলি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :13

নাগশঙ্ককৰ ক্ৰিকেট ক্লাবৰ উদ্যোগত তথা নাগশঙ্ককৰ ক্ৰীড়া সহযোগত আজিৰ পৰা নাগশঙ্কৰ ষ্টেডিয়ামত আৰম্ভ হোৱা “জুবিন গাৰ্গ সোঁৱৰণী” দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন মুকলি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে শোণিতপুৰৰ নাগশঙ্কৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে-লগে দিনটোৰ ক্লান্তি নিমিষতে দূৰ হ’ল; তেখেতে নিজকে যেন ক্ৰিকেটাৰসকলৰ মাজৰে এজন বুলি অনুভৱ কৰিলে। অহা ১০ জানুৱাৰীত সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী দলসমূহলৈ তেখেতে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলে। এই ক্ৰিকেট প্ৰতিযোগিতাখনৰ উদ্যোক্তা তথা পৃষ্ঠপোষকসকলৰ প্ৰয়াসৰো তেখেতে শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts