Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

আজি জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ৭৫ বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা সম্পূৰ্ণ কৰিলে জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজে৷ ১৯৫০ ত স্থাপিত এই জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ বৰ্ণাঢ্য মূল কাৰ্যসূচী অহা ২০২৬ চনৰ নবেম্বৰ মাহত অনুষ্ঠিত হ’ব৷ এই উদ্দেশ্যৰে আজি মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰা হয়৷ ৰাতিপুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ উক্ত অনুষ্ঠানত জামুগুৰিহাটৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts