Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি চতিয়াৰ ৰহধৰ কীৰ্ত্তন অন্ন নোখোৱা থানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়াই ৫ লাখ টকাৰ অনুদান।
অসম

আজি চতিয়াৰ ৰহধৰ কীৰ্ত্তন অন্ন নোখোৱা থানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়াই ৫ লাখ টকাৰ অনুদান।

Email :31

সমগ্ৰ অসমতে আজি উদযাপন কৰা হৈছে শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী। সেয়ে আজি চতিয়াৰ ৰহধৰ কীৰ্ত্তন অন্ন নোখোৱা থান ভাগত উলহ-মালহৰে পালন কৰা শ্ৰীকৃষ্ণ জন্মাষ্টমীত উপস্থিত থাকি সভক্তিৰে সেৱা আগবঢ়াই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ৰাইজৰ উপস্থিতিত থান ভাগলৈ বিধায়ক পুঁজিৰ পৰা থান ভাগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ লাখ টকা অনুদান স্বৰূপে আৰ্থিক অনুদান বিধায়ক গৰাকীয়ে প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts