Email :18
আজি বিহাৰত ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত এন ডি এৰ মিত্ৰজোঁটে ২০০ ৰো অধিক আসন লাভ কৰিবলৈ সফল হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিজয়ক তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে এক সাফল্য বুলি অভিহিত কৰে। তেখেতে নিজৰ বক্তব্যত এই কথাও প্ৰকাশ কৰে যে বিহাৰৰ জনসাধাৰণে বিকশিত বিহাৰৰ পক্ষত ভোটদান কৰিছে।













