Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি অসম চৰকাৰৰ এচ অ’ পি ডি শিতানৰ অধীনত নির্মাণ হ’বলগীয়া চৈবাৰী পানীগাঁৱৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি অসম চৰকাৰৰ এচ অ’ পি ডি শিতানৰ অধীনত নির্মাণ হ’বলগীয়া চৈবাৰী পানীগাঁৱৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :13

আজি অসম চৰকাৰৰ এচ অ’ পি ডি শিতানৰ অধীনত নির্মাণ হ’বলগীয়া চৈবাৰী পানীগাঁৱৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে অতি আনন্দিত বুলি সদৰি কৰে; কিয়নো আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত আহিবলৈ ভক্তবৃন্দৰ বাবে এই পথটো অন্যতম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts