Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ২০ খন উপাসনা স্থলীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰে।
অসম

আজি অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ২০ খন উপাসনা স্থলীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰে।

Email :20

অসমৰ বিভিন্ন ধৰ্মীয় উপাসনাস্থলীসমূহৰ মূল আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ২০১৯-২০২০ বৰ্ষত আৰম্ভ কৰা এক আঁচনি হৈছে অসম দৰ্শন। এই অভিলাষী আঁচনিৰ অন্তৰ্গত ২০ খন উপাসনাস্থলীৰ ৩ লাখ টকাৰ প্ৰথম কিস্তি ১.৫০ লাখ টকাৰ ধন আজি কন্যকা বহুমুখী কৃষি পামৰ সভাকক্ষত বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অসম চৰকাৰৰ এই আঁচনিৰ পৰা স্থানীয় উপাসনা স্থলী সমূহ উপকৃত হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts