Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শিক্ষা
  • আই আই টি গুৱাহাটী আৰু এডটেক গেট চেট লাৰ্নৰ অধীনত গ্ৰাম্য শ্ৰেণীকোঠাত এ আই শিকোৱাৰ পদক্ষেপ।
শিক্ষা

আই আই টি গুৱাহাটী আৰু এডটেক গেট চেট লাৰ্নৰ অধীনত গ্ৰাম্য শ্ৰেণীকোঠাত এ আই শিকোৱাৰ পদক্ষেপ।

Email :27

গাঁওৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰযুক্তিৰ জ্ঞান আহৰণ সহজ কৰি তুলিবলৈ আই আই টি গুৱাহাটী আৰু এডটেক প্লেটফৰ্ম গেট চেট লাৰ্নে ষষ্ঠ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা কোটিয়েণ্ট (এ আই কিউ) কাৰ্যসূচী সাজু কৰিছে। ইয়াৰ উদ্দেশ্য হ’ল এ আই, ৰবটিক্স, আৰু আই অ টি শিক্ষা গ্ৰাম্য বিদ্যালয়লৈ লৈ যোৱা, শিশুসকলক আগতীয়াকৈ ডিজিটেল দক্ষতা আহৰণ কৰাত সহায় কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts