Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অৰুণাচল প্ৰদেশ

অৰুণাচলৰ প্ৰতিনিধি দলৰ বাৰ্বাডোছত অনুষ্ঠিত ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ।

Email :26

“দ্য কমনৱেলথ: এ গ্ল’বেল পাৰ্টনাৰ” এই বিষয় সন্দৰ্ভত বাৰ্বাডোছত অনুষ্ঠিত ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অৰুণাচল প্ৰদেশৰ এক প্ৰতিনিধি দল উপস্থিত থাকে। অনুষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানত বাৰ্বাডোছৰ ৰাষ্ট্ৰপতি এইচ ই ডি এছ মেছন; বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী এম এছ মটলী; আৰু কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যনৰ (চিপিএ) মহাসচিব শ্ৰী ষ্টিফেন টুইগ উপস্থিত আছিল। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই ভাৰতক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব উপস্থিত থাকে। অৰুণাচলৰ দলটোৰ নেতৃত্বত মাননীয় অধ্যক্ষ শ্ৰী তেছাম পংটে ডাঙৰীয়াৰ লগতে মাননীয় উপাধ্যক্ষ শ্ৰী কৰ্দো নিগ্যোৰ, এইচ এম এল এ শ্ৰীযুত মুটচু মিথি, আৰু এইচ এম এল এ স্মতি চকত আবোহ আদি অন্যতম।এইখন হৈছে আইনগত সহযোগিতাৰ বাবে এক প্ৰধান বিশ্বব্যাপী মঞ্চ। এই সন্মিলনত সদস্য দেশসমূহৰ সংসদ সদস্য, প্ৰিজাইডিং বিষয়া আৰু সংসদীয় বিষয়াসকলক আহ্বান কৰি বিশ্ব আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহৰ ওপৰত চৰ্চা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts