Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অহা ২৬ অক্টোবৰ তাৰিখে নদুৱাৰ বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ’বলগীয়া “মেগা স্বাস্থ্য মেলা ২০২৫” সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

অহা ২৬ অক্টোবৰ তাৰিখে নদুৱাৰ বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ’বলগীয়া “মেগা স্বাস্থ্য মেলা ২০২৫” সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :21

এই স্বাস্থ্য মেলাৰ সফল আয়োজনৰ বাবে উত্তৰ জামুগুৰি সামুহিক স্বাস্থ্য কেন্দ্ৰত সমষ্টিৰ গাওঁ প্ৰধান,গাওঁৰক্ষী বাহিনী,স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।সমষ্টিভিত্তিক এই স্বাস্থ্য মেলাখনৰ উদেশ্য স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়োৱা। প্ৰায় ৩০ জনৰো অধিক অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত এই “মেগা স্বাস্থ্য মেলা ২০২৫” সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts