Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • মনোৰঞ্জন
  • অহা ১৫ নৱেম্বৰৰ পৰা জুবিন গাৰ্গৰ অন্তিম চিনেমা “ৰৈ ৰৈ বিনালে” হ’ব গ্ল’বেল প্ৰিমিয়াৰ।
মনোৰঞ্জন

অহা ১৫ নৱেম্বৰৰ পৰা জুবিন গাৰ্গৰ অন্তিম চিনেমা “ৰৈ ৰৈ বিনালে” হ’ব গ্ল’বেল প্ৰিমিয়াৰ।

Email :18

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তিম চিনেমা “ৰৈ ৰৈ বিনালে” আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। এই চিনেমাখন ১৫ নৱেম্বৰৰ পৰা কানাডাৰ টৰন্টো আৰু আমেৰিকাৰ নৰ্থ কেৰ’লিনাত প্ৰদৰ্শিত হ’ব। ১৬ নৱেম্বৰত আমেৰিকাৰ চিকাগো (ইলিনয়), ডেট্ৰাইট (মিচিগান), আটলান্টা (জৰ্জিয়া), আৰু অষ্টিন আৰু ডালাছ (টেক্সাছ) আদি ঠাইত প্ৰদৰ্শিত হ’ব। ৭ ডিচেম্বৰত নিউ জাৰ্চি আৰু বষ্টনত বিশেষ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, ৮ ডিচেম্বৰত ছান ফ্ৰান্সিস্কোত বে এৰিয়াত চিনেমাখন প্ৰদৰ্শন কৰা হ’ব। ৰাজেশ ভূঞাৰ পৰিচালনাৰে প্ৰাণ পাই উঠা ৰৈ ৰৈ বিনালে বোলছবিয়ে ভাৰতত মুক্তি পোৱাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে আমেৰিকাৰ চিনেমাগৃহত প্ৰৱেশ কৰা প্ৰথমখন অসমীয়া ছবি হিচাপে নতুন অভিলেখ গঢ়িবলৈ সফলতা লাভ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts