Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • অহা ১১ জুলাই ২০২৫ ত মিচেলিন ষ্টাৰ চেফ বিকাশ খান্নাই নিজৰ নিউয়ৰ্কৰ ৰেষ্টুৰেণ্ট বাংলোত আয়োজিত কৰিব Assam Tea Festival ।
ভাৰত

অহা ১১ জুলাই ২০২৫ ত মিচেলিন ষ্টাৰ চেফ বিকাশ খান্নাই নিজৰ নিউয়ৰ্কৰ ৰেষ্টুৰেণ্ট বাংলোত আয়োজিত কৰিব Assam Tea Festival ।

Email :40

অসমৰ চাহৰ ২০০ বছৰীয়া চাহৰ যি ইতিহাস তাক নিউয়ৰ্কত উদযাপনৰ এক ব্যতিক্ৰমী প্ৰয়াস মিচেলিন ষ্টাৰ চেফ বিকাশ খান্নাৰ। নিজৰ ৰেষ্টুৰেণ্ট বাংলোত ১১ জুলাইত আয়োজিত Assam Tea Festival ত খাদ্যৰসিকসকলে অসমীয়া চাহৰ লগতে তিলৰ লাৰু তথা অন্যান্য খাদ্যৰ জুতি লʼবলৈ পাৰিব। এই Assam Tea Festival ৰ প্ৰাকক্ষণত ৰেষ্টুৰেণ্ট বাংলোৰ প্ৰবেশদ্বাৰ শুৱনি কৰিছে অসমৰ গামোচাখনিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts