Email :33
চিৰিয়াখানাখনৰ মুখ্য পশুপালক ৰজনী কান্ত ডেকাই অৱগত কৰা অনুসৰি বাঘৰ পিঞ্জৰাত এচি লগোৱা হৈছে। জীৱ-জন্তুৰ বাবে শ্বাৱাৰৰ ব্যৱস্থাও কৰা হৈছে। বৈদ্যুতিক ফেন, কুলাৰ, উন্নত হাইড্ৰেচনৰ দ্বাৰা জীৱ-জন্তুৰ যত্ন লʼবলৈ প্ৰয়াস হাতত লোৱা হৈছে। বৰ্তমান জীৱ-জন্তুবোৰে গৰমৰ মাজতো সুন্দৰকৈ আহাৰ গ্ৰহণ কৰি আছে।