Email :32
আজি অসম চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটমাৰী কালী মন্দিৰৰ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠান বহুকেইজন গণ্য-মান্য লোক আৰু অঞ্চলটোৰ স্থানীয় ৰাইজ উপস্থিতিত সফলতাৰে সম্পন্ন হয়।













