Email :37
যোৱা ১০ জুলাই ২০২৫ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা এলেকাত ৮০ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হʼব বুলি ঘোষণা কৰে। তেখেতে চাহ বাগিচাৰ বিদ্যালয়সমূহত বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীকসকলো নামভৰ্তিৰ পোষকতা কৰে; যি এক সম্প্ৰীতিৰ ভাব সমাজত গঢ়ি তুলিবলৈ সহায়ক হʼব। ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ অনুপ্ৰেৰণা যোগাবলৈ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থাৰ কথাও তেখেতে উল্লেখ কৰে।