Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসম চৰকাৰৰ “অন্ন সেৱা দিনৰ” এক পদক্ষেপ ৰূপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সুলভ মূল্যৰ খাদ্য সামগ্ৰী বিতৰণ।
অসম

অসম চৰকাৰৰ “অন্ন সেৱা দিনৰ” এক পদক্ষেপ ৰূপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সুলভ মূল্যৰ খাদ্য সামগ্ৰী বিতৰণ।

Email :21

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজসাৰ্হায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ “অন্ন সেৱা দিন” হিচাপে আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত মৰিখুটিস্থিত সুলভ মূল্য দোকানী ববন চাহুদেৱৰ দোকানত আজি ৰেচন কাৰ্ডৰ ৪৮৩ মুঠ হিতাধিকাৰীক চেনী, দাইল, নিমখ বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।শোণিতপুৰ জিলাৰ খাদ্য অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক শ্ৰী লিজি বৰুৱা আৰু উপ পৰিদৰ্শক শ্ৰী উদীত কলিতা, মূঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মা আৰু নিতুমণি বৰা ডাঙৰীয়াৰ লগতে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts