Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসম গেছ কোম্পানী লিমিটেডৰ এটা তেল ডিপ’ চকীহাট দলঙৰ ওচৰত মুকলি কৰোঁ। এই তেল ডিপ’ই ৰাইজক উপকৃত কৰিব বুলি আশা কৰিলোঁ।
অসম

অসম গেছ কোম্পানী লিমিটেডৰ এটা তেল ডিপ’ চকীহাট দলঙৰ ওচৰত মুকলি কৰোঁ। এই তেল ডিপ’ই ৰাইজক উপকৃত কৰিব বুলি আশা কৰিলোঁ।

Email :10

আজি চকিঘাট দলঙৰ সমীপত অসম গেছ কোম্পানী লিমিটেডৰ এটি নতুন তেল ডিপ’ উদ্বোধন কৰে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা বাবে আৰু অঞ্চলটোক উপকৃত কৰি তুলিব পৰা এই পদক্ষেপৰ বাবে বিধায়কগৰাকীয়ে উদ্যোক্তাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। এই তেল ডিপ’ই যাত্ৰীসকলৰ যাতায়ত সুচল কৰাৰ লগতে অঞ্চলটোৰ বিকাশত ইতিবাচক ভূমিকা পালন বুলি বিধায়কগৰাকীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts