Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “প্ৰেৰণা আঁচনি”ৰ অধীনত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ মাহিলী জলপানি প্ৰদান।
অসম

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “প্ৰেৰণা আঁচনি”ৰ অধীনত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ মাহিলী জলপানি প্ৰদান।

Email :14

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীক “প্ৰেৰণা আঁচনি”ৰ অধীনত মাহিলী জলপানি আগবঢ়াই সন্তুষ্টি প্ৰকাশ কৰে। এই আঁচনিৰ দ্বাৰা ৪.৪ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব। এই জলপানিয়ে ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি পূৰ্ণোদ্যম চলাই যাবলৈ প্ৰেৰণা দিব মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts