Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসমৰ বিজ্ঞানী ড° মুৰ্চনা খুছৰুক ভাৰতৰ প্ৰথম আদিত্য-এল১ অভিযানত ইছৰোৰ গৱেষণা প্ৰকল্পত নেতৃত্ব প্ৰদানৰ বাবে বাছনি।
অসম

অসমৰ বিজ্ঞানী ড° মুৰ্চনা খুছৰুক ভাৰতৰ প্ৰথম আদিত্য-এল১ অভিযানত ইছৰোৰ গৱেষণা প্ৰকল্পত নেতৃত্ব প্ৰদানৰ বাবে বাছনি।

Email :26

যোৰহাটৰ দনিশ নগৰৰ বাসিন্দা তথা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (USTM)ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মুৰ্চনা খুছৰুয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ আঞ্চলিক একাডেমিক চেণ্টাৰ ফৰ স্পেচ (RAC-S) কাৰ্যসূচীৰ অধীনত এক গুৰুত্বপূৰ্ণ গৱেষণা প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিছে। “মাল্টি-স্পেচক্ৰাফ্ট ইনভেষ্টিগেচন অৱ ছ’লাৰ উইণ্ড ডাইনেমিক্স থ্ৰু ছলিটাৰী ৱেভ এনালাইছিছ: ইনচাইটছ ফ্ৰম আদিত্য-এল১ মিছন” এই প্ৰকল্পই এক নতুন দিগন্তৰ সূচনা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts