Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • অজস্ৰ গুণমুগ্ধৰ উচুপনিৰ মাজেৰে কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ নশ্বৰ দেহৰ প্ৰৱেশ।
গুৱাহাটী

অজস্ৰ গুণমুগ্ধৰ উচুপনিৰ মাজেৰে কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ নশ্বৰ দেহৰ প্ৰৱেশ।

Email :32

কাহিলীপাৰাৰ ঘৰলৈ অৱশেষত অন্তিম বাৰলৈ নিথৰ ৰূপত জুবিন গাৰ্গ উপস্থিত হৈছে। শিল্পীগৰাকীক প্ৰায় ডেৰ ঘণ্টা নিজ বাসগৃহত ৰখা হ’ব। তেখেতৰ পত্নী, ৮৫ বছৰীয়া অসুস্থ পিতৃ তথা পৰিয়ালৰ অন্য সদস্যসকলক শেষ বিদায় জনোৱাৰ পিছত Arjun Bhogeswar Baruah Sports Complex লৈ নিয়া হ’ব যাতে সাধাৰণ ৰাইজে শিল্পীজনালৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts