Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • অগ্নিগৰ্ভা লাডাখ, ৪ জনৰ মৃত্যু, ৮০ ৰো অধিক আহত হোৱাত প্ৰশাসনৰ কঠোৰ পদক্ষেপ, ৫০ জনক আটক।
ভাৰত

অগ্নিগৰ্ভা লাডাখ, ৪ জনৰ মৃত্যু, ৮০ ৰো অধিক আহত হোৱাত প্ৰশাসনৰ কঠোৰ পদক্ষেপ, ৫০ জনক আটক।

Email :33

লাডাখৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন জাৰি কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ লেফটেনেন্ট গৱৰ্ণৰ কবিন্দৰ গুপ্তাই এক নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি শান্তি ৰক্ষাৰ স্বাৰ্থত অধিক সাৱধান হ’বলৈ আহ্বান জনায়। লাডাখক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ পাঁচ বছৰে দাবী কৰি অহা লেহ এপেক্স বডিয়ে আহ্বান জনোৱা বন্ধৰ সময়তে এই অশান্তিৰ সৃষ্টি হয়; প্ৰতিবাদকাৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যালয়, এখন আৰক্ষীৰ বাহন, লগতে কেইবাখনো ব্যক্তিগত গাড়ীত অগ্নি সংযোগ কৰিছিল। ইতিমধ্যে সোণম ৱাংচুকে ৰাজ্য হিচাপে স্বীকৃতিৰ দাবী কৰি আৰম্ভ কৰা অনশন বন্ধ কৰা বুলি সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts