Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট নগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা বৃহত্তৰ জামুগুৰিহাট অঞ্চল ভিত্তিত বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট নগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা বৃহত্তৰ জামুগুৰিহাট অঞ্চল ভিত্তিত বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :20

অনুষ্ঠানটোৰ জৰিয়তে উঠি আহা প্ৰজন্মৰ মানসিক বিকাশৰ মাত্ৰা বৃদ্ধি পাবলৈ সক্ষম হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। তেখেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতাও আবৃত্তিৰে কৰে । তেখেতে লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি আৰু সৃজনীশীল চিন্তাই আজিৰ আধুনিক সম্ভাৱনাৰে পূৰ্ণ জীৱিকাসমূহ গ্ৰহণ কৰিবলৈ সহায় কৰিব । এই অনুষ্ঠানত উপস্থিত আছিল ত্যাগবীৰ হেমবৰুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অজিৎ হাজৰিকা, ABVP জামুগুৰিহাট আশাৰ সভাপতি তিলক শৰ্মা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফিৰোজ আনচাৰি, আৰু লগতে প্ৰাক্তন অধ্যক্ষ জীৱন বৰা , শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, জামুগুৰি আৰু চতিয়া পৌৰসভাৰ পৌৰপতিদ্বয় ক্ৰমে পল্লৱিতা শৰ্মা মহন্ত আৰু দীপশিখা সন্দিকৈকে ধৰি অভিভাৱকসকলক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts