Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ৬ আগষ্ট, ২০২৫ ত ৰাজ্যসভাত গৃহীত হ’ল সাগৰৰ দ্বাৰা সামগ্ৰী কঢ়িয়াই নিয়া বিধেয়ক, ২০২৫ আৰু লোকসভাত গৃহীত হয় সামুদ্ৰিক আইন, মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৪ ।
ভাৰত

৬ আগষ্ট, ২০২৫ ত ৰাজ্যসভাত গৃহীত হ’ল সাগৰৰ দ্বাৰা সামগ্ৰী কঢ়িয়াই নিয়া বিধেয়ক, ২০২৫ আৰু লোকসভাত গৃহীত হয় সামুদ্ৰিক আইন, মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৪ ।

Email :15

The Carriage of Goods by Sea Bill, 2025 ৰাজ্যসভাৰ উপ-সভাপতি বহি ভূৱনেশ্বৰ কলিতাই গৃহীত কৰে। ইয়াৰ পূৰ্বে বিলখন লোকসভাত গৃহীত হৈছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰি কয় যে এই বিল গৃহীত হোৱাই এইটো কথাৰ ইংগিত বহন কৰে যে মোদী চৰকাৰে সাগৰীয় পথেৰে বাণিজ্যৰ আধুনিকীকৰণৰ পোষকতা কৰে। মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৪ ৰ উদ্দেশ্য হৈছে ১৯৫৮ চনৰ পুৰণি মাৰ্চেণ্ট শ্বিপিং আইনখনৰ পৰিৱৰ্তে এক প্ৰগতিশীল, ভৱিষ্যতৰ বাবে আইন প্ৰস্তুত কৰা যি ভাৰতক সমগ্ৰ বিশ্বৰ সৈতে খাপ খুৱাই সামুদ্ৰিক বাণিজ্যৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts