Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ২০২৫ ৰ ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত মিক্সড ডাবলছৰ ফাইনেলত বিজয়ী ইটালীৰ আন্দ্ৰেয়া ভাভাছ’ৰী আৰু চাৰা এৰানি।
খেল

২০২৫ ৰ ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত মিক্সড ডাবলছৰ ফাইনেলত বিজয়ী ইটালীৰ আন্দ্ৰেয়া ভাভাছ’ৰী আৰু চাৰা এৰানি।

Email :3

২০২৫ ত ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত মিক্সড ডাবলছৰ ফাইনেলত ইটালীৰ যুটী আন্দ্ৰেয়া ভাভাছ’ৰী আৰু চাৰা এৰানীৰ হাতত পৰাজিত হৈছে পোলেণ্ডৰ ইগা ছুয়াটেক আৰু নৰৱেৰ কেছপাৰ ৰুডে । ফলত তেওঁলোকে ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হয়। ৬-৩, ৫-৭ (১০-৬) ছেটত আন্দ্ৰেয়া ভাভাছ’ৰী আৰু চাৰা এৰানীয়ে পোলেণ্ডৰ ইগা ছুয়াটেক আৰু নৰৱেৰ কেছপাৰ ৰুডক হৰুৱাই খিতাপ লাভ কৰিবলৈ সফল হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts