Email :26
উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়তৰ উদ্যোগত ২০২৫ বৰ্ষৰ প্ৰয়াত ধনপাল লিম্বু সোঁৱৰণী নদুৱাৰ সমষ্টিভিত্তিক ফুটবল প্ৰতিযোগিতা বালিজুৰি খেলপথাৰত উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ১৯ খন গাঁও পঞ্চায়তৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হʼব ক্ৰমে বালিজুৰি, গেলাহাটিঙা, দিকৰাই খেলপথাৰত।