Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • শোণিতপুৰৰ অগ্ৰণী শিক্ষা অনুষ্ঠান “Inspire Academy” ৰ দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

শোণিতপুৰৰ অগ্ৰণী শিক্ষা অনুষ্ঠান “Inspire Academy” ৰ দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :18

Inspire Academy শিক্ষানুষ্ঠানখন অনুপ্ৰেৰণাৰ অন্যতম কেন্দ্ৰবিন্দু বুলি নিজৰ বক্তব্যত বিধায়কগৰাকীয়ে স্বীকাৰ কৰিছে। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে পাৰ কৰা অন্তৰংগ মুহূৰ্ত্তখিনি তেখেতৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে। উক্ত অনুষ্ঠানত তেখেতে দুটা নাটকৰ সংলাপ আৰু এটা কবিতা আবৃত্তিৰে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা যোগাবলৈ প্ৰয়াস কৰে। তেখেতে আশা কৰে যে এই শিক্ষানুষ্ঠানখনে ছাত্ৰ-ছাত্ৰীক দেশৰ একোজন সুনাগৰিক ৰূপে গঢ়ি তুলিবলৈ নিজৰ যাত্ৰা অব্যাহত ৰাখিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts