Email :16
আছু, NSUI ৰ লগতে বিভিন্ন দলৰ অৰ্ধশতাধিক যুৱক-যুৱতীৰ বিজেপিত যোগদানে বিজেপিৰ উন্নয়নমুখী যাত্ৰাৰ প্ৰতি নৱপ্ৰজন্মৰ বিপুল সমৰ্থনকে প্ৰমাণ কৰিছে বুলি বিধায়ক পদ্ম হাজৰিকাই প্ৰকাশ কৰে।
শোণিতপুৰ জিলা যুৱমৰ্চাৰ উপ-সভাপতি মাধুৰ্য্য বৰাই সঞ্চালন কৰা অনুষ্ঠানটিত উপস্থিত থকা দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ কুমাৰ দাস, পুব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাস, উত্তৰ নদুৱাৰ মণ্ডল যুৱমৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াকে প্ৰমুখ্য কৰি দলীয় সতীৰ্থসকল উপস্থিত আছিল।