Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৩ আগষ্ট তাৰিখে অহা ২০ আগষ্টত অনুষ্ঠিত হʼবলগীয়া চতিয়া দিৱসৰ সফল আয়োজনৰ বাবে এক ৰাজহুৱা সভাত অংশগ্ৰহণ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

যোৱা ৩ আগষ্ট তাৰিখে অহা ২০ আগষ্টত অনুষ্ঠিত হʼবলগীয়া চতিয়া দিৱসৰ সফল আয়োজনৰ বাবে এক ৰাজহুৱা সভাত অংশগ্ৰহণ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :17

অহা ২০ আগষ্টত চৰকাৰীভাৱে উদযাপিত হ’বলগীয়া চতিয়া দিৱস উপলক্ষ্যে যোৱা ৩ আগষ্টত চতিয়া নীলিমা নাট্য মঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত বিভিন্ন আলোচনাত মিলিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। চতিয়া অঞ্চলৰ বহুকেইজন গণ্য-মান্য ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ সদস্যৰ উপস্থিতিত অহা ২০ আগষ্টত চৰকাৰীভাৱে অনুষ্ঠিত হ’বলগীয়া চতিয়া দিৱস সন্দৰ্ভত এই সভাত বিভিন্নজনৰ পৰামৰ্শ লৈ চতিয়া দিৱসৰ সফলতাৰ বাবে পৰিকল্পনা কৰে। মুখ্য অতিথি ৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts