Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৩১ জুলাই তাৰিখে নদুৱাৰ আঞ্চলিক যুৱ-যোগী সন্মিলনীৰ উদ্যোগত আয়োজিত এক বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ (১৫ জুলাই পৰা ৩১জুলাইলৈ) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

যোৱা ৩১ জুলাই তাৰিখে নদুৱাৰ আঞ্চলিক যুৱ-যোগী সন্মিলনীৰ উদ্যোগত আয়োজিত এক বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ (১৫ জুলাই পৰা ৩১জুলাইলৈ) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :17

এই বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। ইংৰাজী অংক আৰু বিজ্ঞানৰ পাঠদান প্ৰদান কৰা হৈছিল।প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান ভাগত আত ধৰে সন্মিলনীৰ সাধাৰণ সম্পাদক ভাৰত নাথে । সঞ্চালকৰ আসন শুৱনি কৰে প্ৰণৱ জ্যোতি নাথে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিবাংগণা মোহন (ACS) কাব্যশ্ৰী দিহিঙ্গীয়া (ACS) নিৰ্দিষ্ট বক্তা হিচাপে জীৱন বৰা প্ৰাক্তন অধ্যক্ষ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বিশিষ্ট অতিথি চাহাবুদ্দিন আহমেদদেৱ, প্ৰাক্তন অধ্যক্ষ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু ৩০ গৰাকীৰো অধিক অধ্যাপক, শিক্ষক লগতে ৩ শতাধিক অভিভাৱকো উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts