Email :15
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আগশাৰীৰ শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই ‘নিযুত মইনা আঁচনি ২.০’ ৰ প্রপত্র বিতৰণ কৰিলে। মুখ্যমন্ত্ৰী মহোদয়ৰ এই অভিলাষী আঁচনিয়ে অসমৰ ৪ লাখৰো অধিক কন্যা শিক্ষাৰ্থী উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে ৷