Email :28
ভূমিস্খলন আৰু শিল বাগৰাৰ ফলত ছিকিমৰ ৰংপোক পশ্চিমবংগৰ চেভোকে সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰ এটা অংশত যানবাহন চলাচল ১৮ জুলাই তাৰিখৰ পৰাই ব্যাহত হৈ আছে। পশ্চিমবংগৰ কালিমপং জিলাৰ বিৰিক দাৰাত হোৱা ভূমিস্খলনৰ পিছত ষ্ট্ৰেচটোত ক্লিয়াৰেন্সৰ কাম চলি আছে বুলি জানিবলৈ পৰা গৈছে। ২৪ ঘণ্টাৰ ভিতৰত এই ষ্ট্ৰেচটো মুকলি কৰিবলৈ সফলতা লাভ কৰিব বুলি আশা কৰিছে।