Email :23
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে চেন্নাইৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰীত প্ৰথমটো হাইড্ৰজেন চালিত ৰে’ল ডবাৰ সফল পৰীক্ষাতে নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। ভাৰতত নিৰ্মাণ চলি থকা ১২০০ এইচপি হাইড্ৰ’জেন ৰে’লৰ প্ৰযুক্তিয়ে প্ৰযুক্তিৰ ক্ষেত্ৰত দেশক এক নতুন মাত্ৰা মাত্ৰা প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।