Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • বিশ্বনাথ জিলাৰ বাঘমাৰীত ৪ আগষ্টত গাংজেমা নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন অনুষ্ঠানলৈ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

বিশ্বনাথ জিলাৰ বাঘমাৰীত ৪ আগষ্টত গাংজেমা নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন অনুষ্ঠানলৈ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

বাঘমাৰিৰ ফৰ লেন যুক্ত ৰেষ্টুৰেন্টখনৰ ক্ষেত্ৰত পদ্ম হাজৰিকাই সন্তোষ প্ৰকাশ প্ৰকাশ কৰি কয় যে ইয়াৰ খাদ্যই ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰা যাত্ৰীসকল উপকৃত কৰিব। ইয়াৰ লগতে এই গাংজেমা ৰেষ্টুৰেন্টখনত নিবনুৱা যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপন লাভ কৰি স্বনিৰ্ভৰশীল হৈ এক নতুন কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts