Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত অসমলৈ বান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৩৭৫.৬০ কোটি টকাৰ অনুদান ।
ভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত অসমলৈ বান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৩৭৫.৬০ কোটি টকাৰ অনুদান ।

Email :39

বান, ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৬ খন ৰাজ্যৰ বাবে ১,০৬৬ কোটি টকাৰ কেন্দ্ৰীয় সাহাৰ্য মুকলি কৰা হৈছে। উত্তৰাখণ্ড, অসম, কেৰালা, মণিপুৰ, মেঘালয়, আৰু মিজোৰাম এই ৰাজ্য কেইখনৰ ভিতৰত উত্তৰাখণ্ডক দিয়া হয় সৰ্বাধিক ৪৫৫.৬০ কোটি টকা। মণিপুৰ, মেঘালয়, আৰু মিজোৰামে লাভ কৰিব ক্ৰমে ২৯.২০ কোটি, ৩০.৪০ কোটি, আৰু ২২.৮০ কোটি টকা। অসমৰ বাবে ধাৰ্য হৈছে ৩৭৫.৬০ কোটি আৰু কেৰালাৰ বাবে ১৫৩.২০ কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts